Best Phones Under 10000 in Assamese | ভাৰতৰ বজাৰত 10000 টকাৰ ভিতৰত উপলব্ধ বেষ্ট ফোন - Jobs in Assam | Recruitment, Result, News in Assam, Northeast, India.

Monday, January 21, 2019

Best Phones Under 10000 in Assamese | ভাৰতৰ বজাৰত 10000 টকাৰ ভিতৰত উপলব্ধ বেষ্ট ফোন

ভাৰতৰ বজাৰত 10000 টকাৰ ভিতৰত উপলব্ধ বেষ্ট ফোন
   যদি আপুনি বজাৰত 10000 টকাৰ ভিতৰত ফোনৰ সন্ধান কৰি আছে, তেনেহলে আপোনাৰ সন্মুখত বহুতো বিকল্প আহি পৰিব। কাৰণ যোৱা কিছু মাহৰ পৰা প্ৰযুক্তি সস্তীয়া হৈ গৈ আছে, 16 এম পি ৰেয়াৰ কেমেৰা, এফ এইচ ডি + ডিসপ্লে আৰু ফিঙ্গাৰপ্রিন্ট সেন্সৰৰ নিচিনা বৈশিষ্ট্য এতিয়া 10,000 টকাৰ ভিতৰতে সহজলভ্য। ইয়াৰ উপৰিও, বেটাৰিৰ ধাৰণক্ষমতা বৃদ্ধিৰ লগে লগে ব্যৱহাৰকাৰীক ফোন বাৰে বাৰে চাৰ্জ কৰা সমস্যাৰ পৰাও বিৰত ৰাখিবলৈ সক্ষম হৈছে। কিন্তু এতিয়া প্ৰশ্ন হল, ইমান বিলাক বিকল্পৰ ভিতৰত আপুনি কোনটো লোৱা উচিত হব? আমি 10,000 ৰ ভিতৰৰ মোবাইল সমূহৰ মাজৰ পৰা বাচি উলাইছো এখন বেষ্ট ফোনৰ তালিকা। 10000 ৰ ভিতৰৰ এই নতুন ফোন কেইটাই আপনাক দিব উন্নত মানদণ্ডৰ সেৱা।


REALME 1

 REALMe 1 এটি মধ্যমীয়া দামৰ ফোন যদিও দেখিবলৈ ই দামী প্ৰিমিয়াম ফোনৰ নিচিনা অনুভৱ কৰাব। ইয়াত আছে stunning diamond glass ডিজাইন লগতে প্রশংসনীয় specification।

Realme 1 - specification

ৰেম আৰু সংগ্রহস্থল:  4 গিগাবাইট | 64GB              দিশপ্লয়:  6 (1080 x 1920)  প্ৰচেছৰ: 2 গিগাহার্জ, অক্টা কোৰ  অপাৰেটিং চিস্টেম:  এণ্ড্ৰইড  প্রাথমিক কেমেৰা:   13 এম পি  সন্মুখৰ কেমেৰা:  8 এম পি  বেটেৰি :  341 এম এ এইচ  SOC:   Mediatek হিলিও P60  উপলব্ধ : Amazon
  • ৰেম আৰু সংগ্রহস্থল:  4 গিগাবাইট | 64GB          
  • দিশপ্লয়:  6 (1080 x 1920)
  • প্ৰচেছৰ: 2 গিগাহার্জ, অক্টা কোৰ
  • অপাৰেটিং চিস্টেম:  এণ্ড্ৰইড
  • প্রাথমিক কেমেৰা:   13 এম পি
  • সন্মুখৰ কেমেৰা:  8 এম পি
  • বেটেৰি :  341 এম এ এইচ
  • SOC:   Mediatek হিলিও P60
  • উপলব্ধ : Amazon

Asus Zenfone Max M2



Asus Zenfone Max M2 এটা স্ন্যাপড্রাগন 632 প্ৰচেছৰ সৈতে নতুন ফোন।  ফোন টোত আছে 4,000 mAh ৰ ক্ষমতাসম্পন্ন বেটাৰি আৰু notched display যিয়ে ফোন টোক দেখিবলৈ অধিক আকৰ্ষণীয় কৰি তোলে।

Asus Zenfone Max M2 - Specifications                      


  • ৰেম আৰু সংগ্রহস্থল: 3 গিগাবাইট | 32 গিগাবাইট
  • দিশপ্লয়: 6.3 (720 x 1520)
  • প্ৰছেছৰ: 1.8 গিগাহার্জ, অক্টো
  • অপাৰেটিং চিস্টেম: এণ্ড্ৰইড
  • প্রাথমিক কেমেৰা: 13 + 5 এমপি
  • সন্মুখৰ কেমেৰা : 8 এমপি
  • বেত্তাৰী:  4000 এমএএইচ
  • SOC: Qualcomm SDM632 Snapdragon 632 (14 nm)
  • ₹9,499(FLIPKART)

Honor 8C


Honor 8C একেই  স্ন্যাপড্রাগন 632 চিপ সেট দ্বাৰা পৰিচালিত আৰু কার্যক্ষমতা এই মূল্যৰ পৰিসৰৰ ভিতৰত গ্রহণযোগ্য। ফোন টোত একেই notched দিশপ্লয় আৰু পিছ পিনে আছে dual camera। স্মাৰ্ট ফোনটো gradient colour finish ৰ সৈতে অধিক আকৰ্ষণীয় হৈ উঠে।

Honor 8C - Specifications



  • ৰেম আৰু সংগ্রহস্থল: 4 গিগাবাইট | 32 গিগাবাইট 

ৰেম আৰু সংগ্রহস্থল: 4 গিগাবাইট | 32 গিগাবাইট        দিশপ্লয়: 6.26 (720 x 1520)  প্ৰছেছৰ: 1.8 গিগাহার্জ, অক্টো  অপাৰেটিং চিস্টেম: এণ্ড্ৰইড  প্রাথমিক কেমেৰা: 13 + 2  এমপি  সন্মুখৰ কেমেৰা : 8 এমপি  বেত্তাৰী:  4000 এমএএইচ  SOC: Qualcomm SDM632 Snapdragon 632  উপলব্ধ : Amazon

  • দিশপ্লয়: 6.26 (720 x 1520)
  • প্ৰছেছৰ: 1.8 গিগাহার্জ, অক্টো
  • অপাৰেটিং চিস্টেম: এণ্ড্ৰইড
  • প্রাথমিক কেমেৰা: 13 + 2  এমপি
  • সন্মুখৰ কেমেৰা : 8 এমপি
  • বেত্তাৰী:  4000 এমএএইচ
  • SOC: Qualcomm SDM632 Snapdragon 632

উপলব্ধ : Amazon

Redmi Y 2

 মূলতঃ Redmi Y2 এটি ফোটোগ্রাফি হাৰ্ডৱেৰ। ইয়াত 16 MP front কেমেৰাৰ সৈতে Artificial Intelligence (AI)-powered Beautify 4.0 উপলব্ধ। লক্ষ্যনীয়, Auto HDR সক্ৰিয় থাকিলে, 16 MP front কেমেৰাৰ সন্মুখত পৰিবেশৰ ডাৰ্ক লাইটত ও HDR effect ফলিত হয়

Redmi Y 2 - Specifications                                      


  • ৰেম আৰু সংগ্রহস্থল: 3 গিগাবাইট | 32 গিগাবাইট 

ৰেম আৰু সংগ্রহস্থল: 3 গিগাবাইট | 32 গিগাবাইট     দিশপ্লয়: 5.99  প্ৰছেছৰ:  অক্টো  অপাৰেটিং চিস্টেম: এণ্ড্ৰইড  প্রাথমিক কেমেৰা: 12 + 5 এমপি  সন্মুখৰ কেমেৰা : 16 এমপি  বেত্তাৰী:  3080 এমএএইচ  SOC: Qualcomm SDM632 Snapdragon 625  উপলব্ধ : Amazon
  • দিশপ্লয়: 5.99
  • প্ৰছেছৰ:  অক্টো
  • অপাৰেটিং চিস্টেম: এণ্ড্ৰইড
  • প্রাথমিক কেমেৰা: 12 + 5 এমপি
  • সন্মুখৰ কেমেৰা : 16 এমপি
  • বেত্তাৰী:  3080 এমএএইচ
  • SOC: Qualcomm SDM632 Snapdragon 625
  • উপলব্ধ : Amazon

উপলব্ধ : Amazon





IN THE STORES(Amazon)


15,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-

10,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-

No comments:

Post a Comment