Honor 8C | বিশ্লেষণ | শক্তশালী বেতৰি, সুন্দৰ কেমেৰা আৰু আকৰ্ষণীয় ডিজাইন। - Jobs in Assam | Recruitment, Result, News in Assam, Northeast, India.

Wednesday, January 30, 2019

Honor 8C | বিশ্লেষণ | শক্তশালী বেতৰি, সুন্দৰ কেমেৰা আৰু আকৰ্ষণীয় ডিজাইন।

   Honor 8C পৃথিৱীৰ প্ৰথম ফোন, যত লগোৱা হৈছে Qualcomm Snapdragon 632। স্ন্যাপড্রাগন 632 অক্টা-কোৰ প্রচেছৰটি আগৰ প্রজন্মৰ স্ন্যাপড্রাগন 6২6 ৰ তুলনাত উল্লেখযোগ্যভাবে বেচি শক্তি সৰবৰাহ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে। লগত আছে Kryo 250 CPU।

  আপুনি যদি এজন অতিমাত্ৰা ফোন ব্যবহাৰকাৰী নহয় তেনেহলে Honor 8C আপোনাৰ বাবে ভাল অপশ্যন।    4 গিগাবাইট +3২ গিগাবাইট স্টোৰেজ ভেৰিয়েন্টেৰ দাম 11,999 টকা আৰু 4 গিগাবাইট + 64 গিগাবাইট স্টোৰেজ 12,999 টকা।

Box কন্তেন্ত

    Honor 8C পৃথিৱীৰ প্ৰথম ফোন, যত লগোৱা হৈছে Qualcomm Snapdragon 632। স্ন্যাপড্রাগন 632 অক্টা-কোৰ প্রচেছৰটি আগৰ প্রজন্মৰ স্ন্যাপড্রাগন 6২6 ৰ তুলনাত উল্লেখযোগ্যভাবে বেচি শক্তি সৰবৰাহ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে। লগত আছে Kryo 250 CPU।
  • Honor 8C
  • User Guide
  • Charger
  • MicroUSB cable
  • TPU case Design and display

Honor 8C বিশ্লেষণ: ডিজাইন আৰু দিষপ্লয়

Honor 8C  ৰ পিছ অংশটো প্লাষ্টিক দ্বাৰা নিৰ্মিত, লগতে ইয়াৰ চাইদ টো কাৰ্ভ দিয়া হৈছে যিয়ে ফোন টোক অধিক আকৰ্ষণীয় কৰি তুলিছে। যদিও ইয়াৰ বিশেষ আকৰ্ষণ হল পিছ পিনে থকা matte finish।
  বগা ৰঙৰ হনৰ ব্ৰন্দিং তলৰ পিনে লগোৱা হৈছে। এটি ঘূৰণীয়া ফিঙ্গাৰপ্রিন্ট স্ক্যানাৰ পিছৰ কেন্দ্রত উপস্থিত। এটি ইউএসবি টাইপ 2.0 পোর্ট আৰু এটি 3.5 মিমি হেডসেট জ্যাক তলপিনে আৰু উপৰপিনে উপস্থিত।
Honor 8C পৃথিৱীৰ প্ৰথম ফোন, যত লগোৱা হৈছে Qualcomm Snapdragon 632। স্ন্যাপড্রাগন 632 অক্টা-কোৰ প্রচেছৰটি আগৰ প্রজন্মৰ স্ন্যাপড্রাগন 6২6 ৰ তুলনাত উল্লেখযোগ্যভাবে বেচি শক্তি সৰবৰাহ কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে। লগত আছে Kryo 250 CPU।ডিসপ্লে স্পন্দনশীল আৰু ভাল viewing angles যদিও উজ্জ্বল সূর্যৰ পোহৰত উজ্জ্বলতা নবঢ়ালে দেখা পোৱাত অসুবিধা হব। দিছপ্লেৰ উপৰত এটি notch আছে, যিয়ে YouTube, Netflix, Facebook আৰু বেচিভাগ অ্যাপ্লিকেশনৰ লগত কাম কৰে।

Specification

  1. PERFORMANCE অক্টা কোৰ
  2. DISPLAY 6.26 "(15.9 সেমি)
  3. STORAGE 32 গিগাবাইট/ 64 গিগাবাইট
  4. ক্যামেরা 13 এমপি + 2 এমপি
  5. BATTERY4000 mAh
  6. ৰেম 4 গিগাবাইট/ 6 গিগাবাইট

Honor 8C বিশ্লেষণ: Performance and Battery

Honor 8C ৰ কর্মক্ষমতা লগত জৰিত একো অসুবধা নাপাব, ই বহুত সহজতে দিনটোৰ কাম খিনি চম্ভালি লব।
  ডাঙৰ বেটাৰি আপোনাৰ বাবে প্পাছ পইন্ট। এবাৰ ফুল চাৰ্জত আপোনাৰ দিনটো চলাই দিব।
অনাৰ 8C ত এটি মাইক্রো এসডি কার্ডৰ উপৰিও দোৱেল সিম স্লট সমর্থন কৰে।

IN THE STORES(Amazon)

15,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-

10,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-

1 comment: