MI Redmi Y 2 এতিয়া মাত্ৰ 8,999 টকাত। - Jobs in Assam | Recruitment, Result, News in Assam, Northeast, India.

Thursday, January 10, 2019

MI Redmi Y 2 এতিয়া মাত্ৰ 8,999 টকাত।

Redmi Y2 (Dark Grey, 4GB RAM, 64G ৰ তৃতীয় টো অফাৰ। চেলফি ক্যামেৰা ফোন ৰেডমি Y2 ফোনত 3,000 টকা পৰ্যন্ত ৰেহাই।
      Xiaomi ভাৰতত 5 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে, কম্পেনী টোৱে 2019 ৰ তৃতীয় টো ওফাৰৰ ঘোষণা কৰে।

      এতিয়াৰ পৰা ইচ্ছুক গ্ৰাহকে মাত্ৰ 8,999 টকাত এই Xiaomi Redmi Y2(3GB RAM + 32GB storage) আৰু 10,999 টকাত (4GB RAM + 64GB storage) ক্ৰই কৰিব পাৰিব।                                         


  মূলতঃ Redmi Y2 এটি ফোটোগ্রাফি হাৰ্ডৱেৰ। ইয়াত 16 MP front কেমেৰাৰ সৈতে Artificial Intelligence (AI)-powered Beautify 4.0 উপলব্ধ। লক্ষ্যনীয়, Auto HDR সক্ৰিয় থাকিলে, 16 MP front কেমেৰাৰ সন্মুখত পৰিবেশৰ ডাৰ্ক লাইটত ও HDR effect ফলিত হয়।
      Xiaomi Redmi Y2 (Gold, 3GB RAM, 32GB Storage)
      Xiaomi Redmi Y2 (Dark Grey, 4GB RAM, 64GB Storage)


          ৰেডমি Y2 ৰ পিছপিনে 12 এমপি + 5 এমপি এআই dual কেমেৰা দিয়া হৈছে। 12 এমপি প্রাথমিক সেন্সৰ 1.25μm লাৰ্জ পিক্সেলৰ , যিয়ে কম পোহৰ থকা অৱস্থাত উজ্জ্বল ফটো উঠোৱাত সহায় কৰে। 5 এমপি সেকেন্ডাৰি সেন্সৰ depth information লবলৈ ব্যৱহাৰ কৰা হৈছে লগতে ই bokeh effects প্ৰদান কৰে।
          ইয়াৰ উপৰিও বিশেষ উল্লেখনীয় বৈশিষ্ট,  5.99-ইঞ্চি এইচডি + 2.5 ডি কাৰ্ভড গ্লাচ, এণ্ড্ৰইড অৰীও 8.1-ভিত্তিক এমআইইউআই 9.5, ফেস-আনলক বৈশিষ্ট্য, ফিঙ্গাৰপ্রিন্ট সেন্সৰ, কোয়ালকম স্ন্যাপড্রাগন 625 অক্টা-কোৰ প্রসেসৰ, 3 গিগাবাইট ৰেম / 4 গিগাবাইট ৰেম, 32 গিগাবাইট / 64 গিগাবাইট স্টোৰেজ আৰু 3,080 এমএএইচ বাটাৰী যি টো সম্পূৰ্ণ দিনটোৰ বাবে যথেষ্ট। সদ্যহতে এই ফণেটোৱে MIUI 10 আপদটেছ ও লাভ কৰিছে। কেইদিন মান ব্যৱহাৰ কৰি অনুভৱ হৈছে, এই ফোন টো বেষ্ট value-for-money কেমেৰা স্মাৰ্ট ফোন।
   
 
IN THE STORES(Amazon)
15,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-
   
Xiaomi Mi A2 (4GB RAM আৰু 64GB storage)
Xiaomi Mi A2 (6GB RAM আৰু 128GB storage)
Samsung Galaxy J6 Plus
Samsung Galaxy J4 Plus
Xiaomi Redmi NOTE 5 PRO (4GB RAM আৰু 64GB storage)
Xiaomi Redmi NOTE 5 PRO (6GB RAM আৰু 64GB storage)

No comments:

Post a Comment