নোকিয়া (Nokia) 7.1 পর্যালোচনা: বেষ্ট দিশপ্লয় ফোন। - Jobs in Assam | Recruitment, Result, News in Assam, Northeast, India.

Sunday, January 13, 2019

নোকিয়া (Nokia) 7.1 পর্যালোচনা: বেষ্ট দিশপ্লয় ফোন।

   এইচ এম ডি গ্লোবাল ৰ বৰ্তমান ভাৰতীয় বজাৰত লঞ্চ কৰা স্মাৰ্ট ফোনৰ নকিয়া 7.1 অন্যতম। যদিওবা নোকিয়া 7.1 এটি মধ্য-মূল্যৰ স্মার্টফোন, কিন্তু এই ফোন টোত সংযোজন কৰা হৈছে HDR10 display।  আকৰ্ষক হাৰ্ডৱেৰ স্পচিফিকেচন আৰু ষ্টক এণ্ড্ৰইড, এই দিভাইছ টো কৰি তুলিছে এটা অল ৰাউণ্ডাৰ স্মাৰ্ট ফোন। কিন্তু, 19,999 টাকা ফোন টোৰ উপযুক্ত মূল্য? পঢ়ক এই ৰেভিউ আৰু বিবেচনা কৰক।

Discover the power of the latest generation Qualcomm Snapdragon 636 that will let you reimagine what can be done on a smartphone, complete with 4GB of RAM and 64GB of storage and up to 400GB with a micro SD powered with an all day battery Bright, high contrast 2.5D 5.84” FHD+ HDR screen with 2220x1080 resolution and 19:9 aspect ratio with a Compact screen to body ratio of 80% and Corning Gorilla glass Dual 12+5MP rear camera for vibrant and stunning images and an 8MP selfie camera with an 84 degree FOV so everyone fits in the picture every time that utilizes HDR, Dual Sight, and pro camera modes to create unparalleled images Built on the most advanced version of Android One that brings a Google designed software experience with a streamlined, easy to use interface and curated set of pre-installed Google apps and two years of OS upgrades All the latest connection options including NFC, Bluetooth 5.0, OTG, fast USB Type-C charging, and a fingerprint sensor. LTE Bands supported


Nokia 7.1 (Blue, 4GB, 64GB Storage) ₹18,986.00
Nokia 7.1 (Steel, 4GB RAM, 64GB Storage) ₹19,145.00

ডিজাইন আৰু বিল্ড কোৱালিতি:
   সুন্দৰ  ‘glass sandwich’ নিৰ্মান ৰ কাৰণে এই ফোন টো ইয়াৰ দামতকৈ অধিক প্রিমিয়াম কৰি তুলিছে। ফ্রেমটো 6000-সিৰিজেৰ এলুমিনিয়ামৰে বনোৱা হৈছে। ইয়াতে পাৱাৰ বটন আৰু ভলিউম ৰকাৰ (উভয়ই যথেষ্ট প্রতিক্রিয়াশীল) সো ফালে আৰু বাওঁ ফালে হাইব্রিড ডুৱাল সিম / মাইক্রোএসডি কার্ড ট্রে সংযুক্ত কৰা হৈছে। 3.5 মিমি অডিও পোর্টটি উপৰত আৰু তলত এটি ইউ এস বি টাইপ-সি পোর্ট লগতে এটি মোনো স্পিকাৰ আছে।
 Discover the power of the latest generation Qualcomm Snapdragon 636 that will let you reimagine what can be done on a smartphone, complete with 4GB of RAM and 64GB of storage and up to 400GB with a micro SD powered with an all day battery Bright, high contrast 2.5D 5.84” FHD+ HDR screen with 2220x1080 resolution and 19:9 aspect ratio with a Compact screen to body ratio of 80% and Corning Gorilla glass Dual 12+5MP rear camera for vibrant and stunning images and an 8MP selfie camera with an 84 degree FOV so everyone fits in the picture every time that utilizes HDR, Dual Sight, and pro camera modes to create unparalleled images Built on the most advanced version of Android One that brings a Google designed software experience with a streamlined, easy to use interface and curated set of pre-installed Google apps and two years of OS upgrades All the latest connection options including NFC, Bluetooth 5.0, OTG, fast USB Type-C charging, and a fingerprint sensor. LTE Bands supported

  নোকিয়া 7.1 ৰ বিল্ড কোৱালিটি সমানভাবে প্ৰশংসিত, আৰু হাতত ললে যথেষ্ট চলিড অনুভৱ হয়।সন্মুখৰ নিচিনা পিছৰ প্যানেল, গৰিলা গ্লাস 3 দ্বাৰা সুৰক্ষিত নহয়, গতিকে scratches পৰাৰ সম্ভাৱনা আছে। আপুনি ফোন টোৰ লগত প্ৰতেক্টিভ কেছ ব্যৱহাৰ কৰিব।
 দিশপ্লয়
ইয়াৰ দিশপ্লয় স্মাৰ্ট ফোন টোক বজাৰত পোৱা আন স্মাৰ্ট ফোনৰ পৰা পৃথক কৰে। নকিয়া ৰ 'PureDisplay' প্রযুক্তি, 5.84-ইঞ্চি পূর্ণ-এইচডি + HDR10-compliant পর্দা ফোন টোৰ মূল বৈশিষ্ট, যাৰ মানে ইয়াত আপনাকে HDR videos আনন্দ উঠাবো পাৰিব।
ৰিডমি 6 A ৰ বিষয়ে সবিশেষ জানিবলগীয়া
পাৰফমেন্স আৰু সফটওৱেৰ
নকিয়া 7.1 কোৱালকোম স্ন্যাপড্রাগন 636 এসও সি ৰ দ্বাৰা চালিত, 4 গিগাবাইট ৰেম লগত 64 গিগাবাইট অভ্যন্তৰীণ স্টোৰেজ। চিপসেট সামান্য আন্ডাৰ powered যদিও প্রতিদিনৰ কামকাজত কোনো অসুবিধা নাপায়। ইয়াত স্প্লিট-স্ক্রীন মাল্টিট্যাক্সিং, ভিডিও স্ট্রিমিং আনকি PUBG ৰ extended sessions কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ব্যৱহাৰ কৰিব পাৰিব।
   ই এটি এণ্ড্ৰইড One-certified স্মার্টফোন, নকিয়া 7.1 বক্সৰ বাহিৰত এণ্ড্ৰইড ৰ লেটেষ্ট এণ্ড্ৰইড PIE লগত আহে, ইয়াৰ উপৰিও Google পৰা ভবিষ্যতে ওলোৱা আপডেট বিলাক পোন প্রথমে এই  ডিভাইসটিত উপলব্ধ হব।
ৰেডমি Y2 ফোনৰ বিষয়ে সবিশেষ জানিবলগীয়া

 কেমেৰা
নোকিয়া 7.1 ত টুইন-লেন্স ৰীয়াৰ কেমেৰা সিস্টেম আছে যাৰ 1২ মেগাপিক্সেল (ফি / 1.8) প্রাথমিক সেন্সৰ আৰু 5 মেগাপিক্সেল (F / 2.4) চেকেণ্ডেৰী দেপথ সেন্সৰ।
  দিনৰ মুকলি পোহৰত উঠোৱা ফটোত পর্যাপ্ত পৰিমাণে দেটাইলছ পোৱা যায় আৰু এইচ ডি আৰ মোডে ফটোৰ আন্ধাৰ ঠাই বিলাক উজ্জ্বল কৰি তোলে।
  মোৰ মতে নোকিয়া 7.1, কেমেৰাৰ ফালৰ পৰা তাৰ সমান্তৰাল দামৰ ভিতৰত এটি ভাল পাৰ্ফমাৰ। 8 মেগাপিক্সেলৰ সন্মুখৰ সেন্সৰ, চেলফি আৰু ভিডিও কলৰ বাবে উত্তম। আনকি আপুনি আপোনাৰ সেলফিত beautify আৰু ফটো উঠাই থকা সময়ত  এনিমেটেড মাস্ক লগাব পাৰিব।
বাত্তেৰি
  নকিয়া 7.1 আছে 3,060 এম এ এইচ বত্তেৰি, যি অৱশ্যে আপোনাক দিনটো ব্যবহাৰ কৰিবলৈ সহায় কৰিব। স্মার্টফোন টোৱে দ্রুত চার্জিং সমর্থন কৰে লগতে অন্তর্ভুক্ত 18W এডপ্টাৰে দুই ঘণ্টা ৰ ভিতৰত সম্পূৰ্ণ চাৰ্জ কৰি দিব।
Oppo R15 Pro ফোনৰ বিষয়ে সবিশেষ জানিবলগীয়া (Read Here)
Xiaomi Redmi NOTE 5 Pro ফোনৰ বিষয়ে সবিশেষ জানিবলগীয়া (Read Here)

IN THE STORES(Amazon)
OPPO R15 Pro (Cosmic Purple, 6GB RAM, 128GB Storage) with Offer
OPPO R15 Pro (Ruby Red, 6GB RAM, 128GB Storage) with Offer

15,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-
Xiaomi Mi A2 (4GB RAM আৰু 64GB storage)
Xiaomi Mi A2 (6GB RAM আৰু 128GB storage)
Samsung Galaxy J6 Plus
Samsung Galaxy J4 Plus
Xiaomi Redmi NOTE 5 PRO (4GB RAM আৰু 64GB storage)
Xiaomi Redmi NOTE 5 PRO (6GB RAM আৰু 64GB storage)

10,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-
  Xiaomi Redmi Y2 (Gold, 3GB RAM, 32GB Storage)


No comments:

Post a Comment