Realme ৰ গণৰাজ্য দিবস উপলক্ষে অফাৰ: Realme 2 Pro আৰু Realme U1 লগতে আৰু বহু দিস্কাউন্ত। - Jobs in Assam | Recruitment, Result, News in Assam, Northeast, India.

Friday, January 18, 2019

Realme ৰ গণৰাজ্য দিবস উপলক্ষে অফাৰ: Realme 2 Pro আৰু Realme U1 লগতে আৰু বহু দিস্কাউন্ত।

    অফাৰ সমূহ Flipkart, Amazon আৰু company official website ত উপলব্ধ হব।
 Realme আজি গণৰাজ্য দিবস সম্বন্ধীয় অফাৰ বিষয়ে জানিবলৈ দিয়ে, এই অফাৰ অহা 20 জানুৱাৰী ৰ পৰা 23 জানুৱাৰী লৈ থাকিব।

অফাৰৰ সৈতে, Realme 2 Pro ৰ মূল্য 1000 টকালৈ হ্ৰাস পাইছে।আগত ফোন টোৰ বজাৰ মূল্য, 4 গিগাবাইট ৰেমৰ 13,990 টাকা, 6 গিগাবাইট ৰেমৰ 15,990 টকা আৰু 8 গিগাবাইট ৰেমৰ 17,990 টকা আছিল। কিন্তু অফাৰৰ সৈতে ফোন কেইটা অনুক্ৰমে 12,990, 14,990 আৰু 16,990 টকাত পোৱা যাব।    ইয়াৰ উপৰিও, Realme C1 ত 500 টকাৰ ফ্ল্যাট ডিস্কাউন্ত দিয়া হৈছে। স্মার্টফোন টোৰ মূল্য পূৰ্বৰ 6,999 টকাৰ সলনি  6,499 টকাত কিনিব পোৱা যাব।

  অফাৰৰ সৈতে, Realme 2 Pro ৰ মূল্য 1000 টকালৈ হ্ৰাস পাইছে।আগত ফোন টোৰ বজাৰ মূল্য, 4 গিগাবাইট ৰেমৰ 13,990 টাকা, 6 গিগাবাইট ৰেমৰ 15,990 টকা আৰু 8 গিগাবাইট ৰেমৰ 17,990 টকা আছিল। কিন্তু অফাৰৰ সৈতে ফোন কেইটা অনুক্ৰমে 12,990, 14,990 আৰু 16,990 টকাত পোৱা যাব।
  ইয়াৰ উপৰিও, Realme C1 ত 500 টকাৰ ফ্ল্যাট ডিস্কাউন্ত দিয়া হৈছে। স্মার্টফোন টোৰ মূল্য পূৰ্বৰ 6,999 টকাৰ সলনি  6,499 টকাত কিনিব পোৱা যাব। 
 এস বি আই ক্রেডিট কার্ড ব্যবহাৰ কৰা গ্ৰাহকে 10 শতাংশ তাৎক্ষণিক ৰেহাই পাব।
   Realme U1 ফোন টোত এমাজন ইণ্ডিয়াই ঘোষণা কৰিছে ফ্লাত 1000 টকাৰ দিস্কাউণ্ট। ফোন টো ভাৰতত 11,999 টকাত 3GB RAM আৰু 14,999 টকাৰ বিনিম়ত 4GB RAM মুকলি কৰা হৈছিল। এতিয়া ফোন দুটা ক্ৰমান্বয়ে 10,999 টকা আৰু 13,999 টকাৰ বিনিময়ত ক্ৰয় কৰিব পাৰিব।
 গ্ৰাহকে No Cost EMI ৰ আৰু HDFC debit আৰু credit কাৰ্ড ব্যৱহাৰেৰে 10% দিস্কাউন্ট ৰ সুবিধা পাব। 



IN THE STORES(Amazon)


15,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-

10,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-

No comments:

Post a Comment