Realme U1 Review – Better Selfies, Good Performance - Jobs in Assam | Recruitment, Result, News in Assam, Northeast, India.

Sunday, January 27, 2019

Realme U1 Review – Better Selfies, Good Performance

    Realme দ্রুত গতিত কম মূল্যৰ চেগমেন্ত  অনলাইন বাজাৰ খনত বিয়পি পৰিছে, ইয়াৰ পূর্বে এই সেগমেণ্ট ত Xiaomi Redmi ৰ এক অদ্বিতীয় স্থান আছিল। নতুন U-series টো মুখ্যতঃ ছেলফি কেন্দ্ৰিক ফোন যদিও, Realme U1 আন বহুতো দিশৰ পৰাও যথেষ্ট সক্ষম। 11,999 টকা মূল্যৰ এই হণ্ডছেত টিত আছে শক্তিশলী হাৰ্ডৱেৰ লগতে সদ্যহতে মুকলি হোৱা মিডিয়াটেক হেলিও P70 চিপসেট। কিন্তু বাস্তৱত এই ফোন টো কিমান কাৰ্যক্ষম? এই পোষ্ট টোত আমি আপোনাৰ বাবে লৈ অনিছো তাৰেই এটি খতিয়ান।

Realme U1 Price and Specifications
   Model-  Realme U1

  • Display 6.3-ইঞ্চি FHD + (2340 x 1080 পিক্সেল); 19.5: 9; 409 পি পি আই গৰিলা গ্লাস 3
  • প্ৰছেছৰ- ২.1 গিগাহার্টজ মিডিয়াটেক হেলিও প70 অক্টা-কোৰ চিপসেট; এ আৰ এম জি 72 জিপিউ
  • ৰেম -3 গিগাবাইট / 4 গিগাবাইট
  • স্টোৰেজ -32 গিগাবাইট / 64 গিগাবাইট, 256 গিগাবাইট পর্যন্ত প্রসাৰিত
  • চফ্টৱেৰ -এণ্ড্ৰইড 8.1 ওৰিও-ভিত্তিক Color OS 5.2
  • প্রাথমিক কেমেৰা- 13 এম পি ৰি য়াৰ কেমেৰা, f / 2.2 অ্যাপাৰচাৰ + 2 এমপি, f / 2.4 অ্যাপাৰচাৰ
  • চেকেণ্ডেৰী কেমেৰা- 25 এমপি সেলফি কেমেৰা, f / 2.0 অ্যাপাৰচাৰ
  • বেটাৰি- 3500mAh
  • অন্যান্য-4G VoLTE, Wi-Fi 802.11 a/b/g/n/ac, Bluetooth v4.2, GPS/ A-GPS, Micro-USB, আৰু 3.5mm headphone jack
  • ভাৰতত মূল্য - 11,999 টকা – 3GB + 32GB , 14,499 টকা – 4GB + 64GB

    Realme দ্রুত গতিত কম মূল্যৰ চেগমেন্ত  অনলাইন বাজাৰ খনত বিয়পি পৰিছে, ইয়াৰ পূর্বে এই সেগমেণ্ট ত Xiaomi Redmi ৰ এক অদ্বিতীয় স্থান আছিল। নতুন U-series টো মুখ্যতঃ ছেলফি কেন্দ্ৰিক ফোন যদিও, Realme U1 আন বহুতো দিশৰ পৰাও যথেষ্ট সক্ষম। 11,999 টকা মূল্যৰ এই হণ্ডছেত টিত আছে শক্তিশলী হাৰ্ডৱেৰ লগতে সদ্যহতে মুকলি হোৱা মিডিয়াটেক হেলিও P70 চিপসেট। কিন্তু বাস্তৱত এই ফোন টো কিমান কাৰ্যক্ষম? এই পোষ্ট টোত আমি আপোনাৰ বাবে লৈ অনিছো তাৰেই এটি খতিয়ান।

Realme U1 বক্স কন্টেন্ট

  1. Handset
  2. USB Cable
  3. 10W Charging Adapter
  4. Transparent back cover
  5. Screen protector (pre-installed)
  6. Warranty card and other documentation

Realme U1 Review: Design and Build

আন Realme ফোনৰ নিচিনাই Realme U1 ৰ পিছফাল টোত গ্লাচ ফিনিছ দিয়া হৈছে, যিটো প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত। সন্মুখত polycarbonate glass ব্যবহাৰ কৰা হৈছে।
  ফোন টোৰ পিছ পিনে ব্যবহাৰ কৰা হৈছে 13-layer coatin যাৰ কাৰণে  ইয়াত পৰা পোহৰ প্ৰতিফলিত হয়। U1 তিনিটা আকর্ষণীয় ৰং ত উপলব্ধ -  Fiery Gold, Ambitious Black আৰু Brave Blue।
  সন্মুখ ভাগটো প্ৰাই স্ক্ৰিনে ৰেই আগুৰা লগতে ‘dew drop’ notch ব্যৱহাৰ কৰা হৈছে। স্ক্ৰীনৰ চাৰিওফালে যঠেষ্ট খিন bezels দেখিবলৈ পোৱা যায়।
Realme U1 ত আছে এটি নিয়মিত মাইক্রো ইউএসবি পোর্ট আৰু তলত অডিও জ্যাক লগোৱা হৈছে, লগতে এটি ডেডিকেটেড কার্ড স্লট স্টোৰেজ প্ৰসাৰৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰা হৈছে।
    Realme দ্রুত গতিত কম মূল্যৰ চেগমেন্ত  অনলাইন বাজাৰ খনত বিয়পি পৰিছে, ইয়াৰ পূর্বে এই সেগমেণ্ট ত Xiaomi Redmi ৰ এক অদ্বিতীয় স্থান আছিল। নতুন U-series টো মুখ্যতঃ ছেলফি কেন্দ্ৰিক ফোন যদিও, Realme U1 আন বহুতো দিশৰ পৰাও যথেষ্ট সক্ষম। 11,999 টকা মূল্যৰ এই হণ্ডছেত টিত আছে শক্তিশলী হাৰ্ডৱেৰ লগতে সদ্যহতে মুকলি হোৱা মিডিয়াটেক হেলিও P70 চিপসেট। কিন্তু বাস্তৱত এই ফোন টো কিমান কাৰ্যক্ষম? এই পোষ্ট টোত আমি আপোনাৰ বাবে লৈ অনিছো তাৰেই এটি খতিয়ান।

Realme U1 Review: Performance 

Realme U1 প্রথম মিডিয়াটেক হিলিও P70 চালিত ফোন, গতিকে আমাৰ এই চিপছেত ৰ বিষয়ে অভিজ্ঞতা নাই। benchmark scores চালে গম পাই যে, হেলিও P70 স্ন্যাপড্রাগন 660 ৰ তুলনাত অধিক কাৰ্যক্ষম প্রমাণিত হয়।
বাস্তবিক অভিজ্ঞতা অনুসৰি, U1 হাতত মাখনৰ নিচিনা আৰু দৈনন্দিন ব্যবহাৰৰ বাবে যথেষ্ট প্রতিক্রিয়াশীল। অ্যাসফাল্ট 9 আৰু PUBG ৰ নিচিনা উচ্চ-স্তৰীয় গেম ফোন টোৱে ভালদৰে চলাই দিব, কোনো অস্বাভাবিক গৰম দেখিবলৈ নাপাব।

Realme U1 Review – আপোনাৰ বাবে উচিত নে?

Realme U1 তাৰ মূল্যৰ বিপৰীতে এটি আকৰ্ষণীয় বিকল্প। এটি শক্তিশালী কর্মক্ষমতা, এটি উন্নত সেলফি কেমেৰা, এটি দীর্ঘস্থায়ী বেটাৰি, আৰু এটি চকুত লগা ডিজাইন।

IN THE STORES(Amazon)

15,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-

10,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-

No comments:

Post a Comment