Samsung Galaxy M series ৰ স্মার্টফোন ভাৰতৰ বজাৰত মুকলি হব 28 জানুৱাৰীত। - Jobs in Assam | Recruitment, Result, News in Assam, Northeast, India.

Thursday, January 17, 2019

Samsung Galaxy M series ৰ স্মার্টফোন ভাৰতৰ বজাৰত মুকলি হব 28 জানুৱাৰীত।

Samsung Galaxy M সিৰিজটি চীনৰ mobile সমূহৰ  প্ৰতিযোগী হিচাপে বৰ্তমানৰ  Galaxy J-series সলনি মুকলি কৰা হৈছে।
উল্লেখনীয়
  * জানুৱাৰীৰ 28 তাৰিখে ভাৰতত Galaxy M series ৰ ফোন মুকলি হব।
  *এই চিৰিজ কেবলমাত্র আমাজন ইণ্ডিয়া আৰু  Samsung's e-commerce portal ৰ মাধ্যমেৰে বিক্রি কৰা হব।
  * Galaxy এম 10, এম ২0 আৰু এম 30 ৰ মূল্য হব 10,000 ৰ পৰা 20,000 টকাৰ ভিতৰত।

জানুৱাৰীৰ 28 তাৰিখে ভাৰতত Galaxy M series ৰ ফোন মুকলি হব।   এই চিৰিজ কেবলমাত্র আমাজন ইণ্ডিয়া আৰু  Samsung's e-commerce portal ৰ মাধ্যমেৰে বিক্রি কৰা হব।  The Galaxy এম 10, এম ২0 আৰু এম 30 ৰ মূল্য হব 10,000 ৰ পৰা 20,000 টকাৰ ভিতৰত।  বিশ্বৰ দ্বিতীয় বৃহত্তম স্মার্টফোন বাজাৰ ভাৰতত Samsung ফালৰ পৰা আন এক উল্লেখনীয় পদক্ষেপ। আজি কিছু বছৰৰ পৰা Xiaomi, Honor, Realme, Oppo, Vivo ৰ নিচিনা চীনৰ প্ৰতিষ্ঠান সমূহে ভাৰতৰ বজাৰ দখল কৰি আহিছে। এতিয়া, চীনৰ প্ৰতিষ্ঠান সমূহক প্রতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে Samsung M সিৰিজটি বজাৰত মুকলি কৰা দেখা গৈছে।     প্ৰকাশ পোৱা বাতৰি অনুসৰি এন্ট্রি লেভেল গ্যালাক্সি এম 10 ত এটি 5.6-ইঞ্চি এলসিডি ডিসপ্লে, Exynos 7870 SoC লগত 3 জিবি ৰেম, 32 মেগাবাইট অভ্যন্তৰীণ মেমৰি আৰু 3000mAh বাটাৰি লগত উপলব্ধ হব। এটা 13 MP কেমেৰা পিচপিনে আৰু সন্মুখত 5 MP কেমেৰা সংযুক্ত কৰা হৈছে।    গ্যালাক্সি এম 20 ত এটি 6.1-ইঞ্চি এলসিডি ডিসপ্লে, Exynos 7885 SoC লগত 3 জিবি ৰেম, 64 মেগাবাইট অভ্যন্তৰীণ মেমৰি আৰু 5000mAh বাটাৰি লগত উপলব্ধ হব। পিছপিন  (12+5MP) ৰ দুৱাল কেমেৰা আৰু সন্মুখত 8MP ৰ এটি সেলফি কেমেৰা লগোৱা হৈছে।   গ্যালাক্সি এম 30 হব এই চিৰিজ ৰ উৎকৃষ্ট তম ফোন, ইয়াত Infinity U display উপলব্ধ লগত ইয়াত এটি বৃহৎ 5,000mAh ৰ বাটাৰি লগোৱা হৈছে। ইয়াৰ উপৰিও ফোন টোৰ পিছপিনে Galaxy A7 ৰ নিচিনাকৈ 13MP+5MP+5MP তৃপল কেমেৰা সংযুক্ত আছে। ফ্ৰন্ট চেলফি কেমেৰা 16MP ৰ লগত অহাৰ আশা কৰা হৈছে।


বিশ্বৰ দ্বিতীয় বৃহত্তম স্মার্টফোন বাজাৰ ভাৰতত Samsung ফালৰ পৰা আন এক উল্লেখনীয় পদক্ষেপ। আজি কিছু বছৰৰ পৰা Xiaomi, Honor, Realme, Oppo, Vivo ৰ নিচিনা চীনৰ প্ৰতিষ্ঠান সমূহে ভাৰতৰ বজাৰ দখল কৰি আহিছে। এতিয়া, চীনৰ প্ৰতিষ্ঠান সমূহক প্রতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে Samsung M সিৰিজটি বজাৰত মুকলি কৰা দেখা গৈছে।
Samsung Galaxy M series ৰ স্মার্টফোন ভাৰতৰ বজাৰত মুকলি হব 28 জানুৱাৰীত।   Galaxy M সিৰিজটি চীনৰ mobile সমূহৰ  প্ৰতিযোগী হিচাপে বৰ্তমানৰ  Galaxy J-series সলনি মুকলি কৰা হৈছে।  উল্লেখনীয়   জানুৱাৰীৰ 28 তাৰিখে ভাৰতত Galaxy M series ৰ ফোন মুকলি হব।   এই চিৰিজ কেবলমাত্র আমাজন ইণ্ডিয়া আৰু  Samsung's e-commerce portal ৰ মাধ্যমেৰে বিক্রি কৰা হব।  The Galaxy এম 10, এম ২0 আৰু এম 30 ৰ মূল্য হব 10,000 ৰ পৰা 20,000 টকাৰ ভিতৰত।  বিশ্বৰ দ্বিতীয় বৃহত্তম স্মার্টফোন বাজাৰ ভাৰতত Samsung ফালৰ পৰা আন এক উল্লেখনীয় পদক্ষেপ। আজি কিছু বছৰৰ পৰা Xiaomi, Honor, Realme, Oppo, Vivo ৰ নিচিনা চীনৰ প্ৰতিষ্ঠান সমূহে ভাৰতৰ বজাৰ দখল কৰি আহিছে। এতিয়া, চীনৰ প্ৰতিষ্ঠান সমূহক প্রতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে Samsung M সিৰিজটি বজাৰত মুকলি কৰা দেখা গৈছে।     প্ৰকাশ পোৱা বাতৰি অনুসৰি এন্ট্রি লেভেল গ্যালাক্সি এম 10 ত এটি 5.6-ইঞ্চি এলসিডি ডিসপ্লে, Exynos 7870 SoC লগত 3 জিবি ৰেম, 32 মেগাবাইট অভ্যন্তৰীণ মেমৰি আৰু 3000mAh বাটাৰি লগত উপলব্ধ হব। এটা 13 MP কেমেৰা পিচপিনে আৰু সন্মুখত 5 MP কেমেৰা সংযুক্ত কৰা হৈছে।    গ্যালাক্সি এম 20 ত এটি 6.1-ইঞ্চি এলসিডি ডিসপ্লে, Exynos 7885 SoC লগত 3 জিবি ৰেম, 64 মেগাবাইট অভ্যন্তৰীণ মেমৰি আৰু 5000mAh বাটাৰি লগত উপলব্ধ হব। পিছপিন  (12+5MP) ৰ দুৱাল কেমেৰা আৰু সন্মুখত 8MP ৰ এটি সেলফি কেমেৰা লগোৱা হৈছে।   গ্যালাক্সি এম 30 হব এই চিৰিজ ৰ উৎকৃষ্ট তম ফোন, ইয়াত Infinity U display উপলব্ধ লগত ইয়াত এটি বৃহৎ 5,000mAh ৰ বাটাৰি লগোৱা হৈছে। ইয়াৰ উপৰিও ফোন টোৰ পিছপিনে Galaxy A7 ৰ নিচিনাকৈ 13MP+5MP+5MP তৃপল কেমেৰা সংযুক্ত আছে। ফ্ৰন্ট চেলফি কেমেৰা 16MP ৰ লগত অহাৰ আশা কৰা হৈছে।

  প্ৰকাশ পোৱা বাতৰি অনুসৰি এন্ট্রি লেভেল গ্যালাক্সি এম 10 ত এটি 5.6-ইঞ্চি এলসিডি ডিসপ্লে, Exynos 7870 SoC লগত 3 জিবি ৰেম, 32 মেগাবাইট অভ্যন্তৰীণ মেমৰি আৰু 3000mAh বাটাৰি লগত উপলব্ধ হব। এটা 13 MP কেমেৰা পিচপিনে আৰু সন্মুখত 5 MP কেমেৰা সংযুক্ত কৰা হৈছে।
   গ্যালাক্সি এম 20 ত এটি 6.1-ইঞ্চি এলসিডি ডিসপ্লে, Exynos 7885 SoC লগত 3 জিবি ৰেম, 64 মেগাবাইট অভ্যন্তৰীণ মেমৰি আৰু 5000mAh বাটাৰি লগত উপলব্ধ হব। পিছপিন  (12+5MP) ৰ দুৱাল কেমেৰা আৰু সন্মুখত 8MP ৰ এটি সেলফি কেমেৰা লগোৱা হৈছে।
    Buy link- উপলব্ধ হলে পোষ্ট কৰা হব।
  গ্যালাক্সি এম 30 হব এই চিৰিজ ৰ উৎকৃষ্ট তম ফোন, ইয়াত Infinity U display উপলব্ধ লগত ইয়াত এটি বৃহৎ 5,000mAh ৰ বাটাৰি লগোৱা হৈছে। ইয়াৰ উপৰিও ফোন টোৰ পিছপিনে Galaxy A7 ৰ নিচিনাকৈ 13MP+5MP+5MP তৃপল কেমেৰা সংযুক্ত আছে। ফ্ৰন্ট চেলফি কেমেৰা 16MP ৰ লগত অহাৰ আশা কৰা হৈছে।
Samsung, galaxyএম সিৰিজৰ স্মার্টফোনেৰে ইয়াৰ অনলাইন বিক্ৰী দ্বিগুণ ক ৰাৰ পৰিকল্পনা কৰিছে। 


IN THE STORES(Amazon)


15,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-

10,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-

No comments:

Post a Comment