Xiaomi Redmi NOTE 5 PRO ৰ মূল্য 2,000 টাকা পর্যন্ত হ্রাস। - Jobs in Assam | Recruitment, Result, News in Assam, Northeast, India.

Wednesday, January 9, 2019

Xiaomi Redmi NOTE 5 PRO ৰ মূল্য 2,000 টাকা পর্যন্ত হ্রাস।

MI ৰ ফোন লব বিচাৰে নেকি?
Xiaomi Redmi NOTE 5 PRO ৰ মূল্য 2,000 টাকা পর্যন্ত হ্রাস। এতিয়া ফোন টোৰ মূল্য হলগৈ 12,999 টকা।

   লেতেষ্ট নতুন প্রযুক্তি সম্পৰ্কীয় বাতৰিৰ  বাবে LIKE কৰক আমাৰ এই "TECHNOLOGY বতৰা" পেজ খন।
   শিয়াওমি(Xiaomi) ইন্ডিয়া এমডি মনু জৈন মঙ্গলবাৰে Redmi নোট 5 প্রো ৰ দাম ড্রপৰ বিষয়ে এটি tweet যোগেৰে জানিবলৈ দিয়ে। নতুন দামৰ সৈতে Redmi নোট 5 প্রো আগন্তুক 3 দিনত উপলব্ধ হব। উপৰিও, জৈনে এইটো ও ঘোষণা কৰে যে সিয়াওমি ভাৰতত 100 লাখ (1 কোটি) ইউনিট বিক্রি কৰিবলৈ সক্ষম হৈছে।

   ৰেডমি নোট 5 প্রো 4 জিবি ৰেম / 64 গিগাবাইট মডেল এতিয়া ভাৰতত 12,999 টকাত আৰু 6 জিবি ৰেম্ / 64 জিবি স্টোরেজ মডেল 13,999 টাকাত উপলব্ধ হব। দুই মাহৰ ভিতৰত ৰেদমি নোট 5 পালে দ্বিতীয়বাৰ দাম ড্রপ।



IN THE STORES(Amazon)
      Xiaomi Redmi NOTE 5 PRO
https://amzn.to/2QzD3BV (4GB RAM আৰু 64GB storage)
https://amzn.to/2AN0R0r (6GB RAM আৰু 64GB storage)
15,000 টকা ভিতৰত পোৱা বেষ্ট স্মাৰ্ট ফোন:-
      Xiaomi Mi A2
https://amzn.to/2C9WE6D (4GB RAM আৰু 64GB storage)
https://amzn.to/2C3FNSQ (6GB RAM আৰু 128GB storage)
     Samsung Galaxy J6 Plus-  https://amzn.to/2C5P6Sm
     Samsung Galaxy J4 Plus- https://amzn.to/2AxwI58

No comments:

Post a Comment